দিল্লীলৈ ৰাওনা অখিল গগৈ, কিন্তু কিয় পঢ়ক

A

নিউজ ডেস্ক:


কংগ্ৰেছৰ শীর্ষ নেতৃত্বক সাক্ষাতৰ লক্ষ্যৰে দিল্লীলৈ বিধায়ক অখিল গগৈ।শনিবাৰে দিল্লীলৈ ৰাওনা হয় শিৱসাগৰ বিধায়ক গৰাকী।উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত সৰ্ব ভাৰতীয় পৰ্যায়ত গঠন হ’ব লগা বিজেপি বিৰোধী ঐক্যমঞ্চত কংগ্ৰেছ চামিল হোৱাৰ আহ্বান জনাই কংগ্ৰেছৰ শীর্ষ নেতৃত্বৰে বৈঠকত বহিব ৰাইজৰ দলৰ সভাপতি গগৈ। 

আনহাতে, দেওবাৰে দিল্লীত পুৱাৰ ভাগতে অখিলে বৈঠকত মিলিত হয় প্ৰশান্ত কিশোৰৰ সৈতে ।কিশোৰৰ মাধ্যমেৰে কংগ্ৰেছ শীৰ্ষ নেতৃত্বৰে যোগাযোগ কৰিছে গগৈয়ে।আজি বিয়লি ভাগলৈ কংগ্ৰেছৰ নেতৃত্বক সাক্ষাৎ কৰা সম্ভৱনা আছে গগৈৰ।

Your Comments