অৰুণাচলৰ মুখ্যমন্ত্ৰীলৈ আলফা(স্বা)ৰ পত্ৰ, কি আছে পঢ়ক

A

নিউজ ডেস্ক :


অৰুণাচল চৰকাৰৰ মুৰব্বীলৈ সংযুক্ত মুক্তি বাহিনী অসমৰ পত্ৰ প্ৰেৰণ।পাহাৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে আলফা(স্বা)য়ে ।

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুলৈ প্ৰেৰণ কৰা পত্ৰত আলফা(স্বা)ৰ আহ্বান- অৰুণাচলত বাসকৰা অসমৰ লোকক প্ৰদান কৰক পিআৰচি।

Your Comments

Related Articles