ত্ৰিপুৰাত ভয়ংকৰ ভূমিস্খলনত নিহত এজন , দুজন গুৰুতৰ ভাৱে আহত

A


নিউজ ডেস্ক: 
ত্ৰিপুৰাত ভয়ংকৰ ভূমিস্খলন ৷নেৰানেপেৰা বৰষুণৰ ফলত চাৰিওফালে বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে পাহাৰৰ মাটি খহি পৰে ৷দক্ষিণ ত্ৰিপুৰা জিলাত হোৱা এই ভূমিস্খলনত দুজনকৈ লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে এজনে মৃত্যুক আকোৱালি লয় । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে শোক প্ৰকাশ কৰি কয় যে" মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্য্য প্ৰদানৰ লগতে ক্ষতিগ্ৰস্তসকলৰ পৰিয়ালকো কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব"৷

Your Comments

Related Articles