হস্পিতালত ভৰ্তি অভিনেতা অভিষেক বচ্চন, কিয় পঢ়ি চাওক

A

নিউজ ডেস্ক:

হাতত দুখ পোৱাৰ বাবে অভিনেতা  অভিষেক বচ্চনক ৰবিবাৰে সন্ধিয়া মুম্বাইৰ  লীলাবতী হস্পিতালত ভর্তি কৰোৱা হয় । অৱশ্যে এই বিষয়ে অভিনেতাগৰাকীৰ পৰিয়ালৰ সদস্য  বা হস্পিতাল কর্তৃপক্ষই এতিয়ালৈ কোনও একো মন্তব্য কৰা নাই যদিও পুত্ৰক দেখা কৰিবলৈ হস্পিতাললৈ পিতৃ অমিতাভ বচ্চন অহা বুলি জানিব পৰা গৈছে। কিছুদিন আগেয়ে বিমানবন্দৰত স্ত্রী ঐশ্বর্য ৰায় বচ্চন আৰু  জীয়ৰী  আৰাধ্যাৰ সতে দেখা গৈছিল  অভিষেকক। তেতিয়াও  অমিতাভ-পুত্রৰ আঙুলিত  ব্যান্ডেজ দেখা গৈছিল ।

  

Your Comments

Related Articles