ৰাজ্যিক বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি দ্বিতীয় দিন

A

নিউজ ডেস্ক:

ৰাজ্যিক বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি দ্বিতীয় দিন।প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰথম অসম ভ্ৰমণৰ উপলক্ষে আয়োজিত কৰা আশীৰ্বাদ যাত্ৰাই আজি নগাঁও,  জাগীৰোড, ধৰমতুল, গোলাঘাট, যোৰহাট জিলাক সামৰি লয়।

উল্লেখ্য যে আশীৰ্বাদ যাত্ৰাৰ সময়ত বহুকেইখন ঠাইত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে অংশগ্ৰহণ কৰিব।

যাত্ৰাত বটদ্ৰৱা থানতো সেৱা লয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

আনহাতে সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে গৃহজিলা ডিব্ৰুগড়ত  অংশগ্ৰহণ কৰিব আশীৰ্বাদ যাত্ৰাত।

Your Comments