আফগানিস্তান যথেষ্ট ডাঙৰ পাকিস্তানক গিলি পেলাবলৈঃ এই মন্তব্য আমৰুল্লাহ চালেহৰ

A

 

নিউজ ডেস্ক :
তালিবানৰ হাতলৈ আফগানিস্তান অহাৰ পিছত অলপতে ঘোষণা হোৱা কেয়াৰ টেকাৰ প্ৰেছিডেণ্ট আমৰুল্লাহ চালেহে আজি টুইটযোগে প্ৰকাশ কৰে যে " আফগানিস্তান যথেষ্ট ডাঙৰ পাকিস্তানক গিলি পেলাবলৈ"৷
উল্লেখযোগ্য যে চালেহে তালিবানক নিবাৰণ কৰিবলৈ এটা অৰগেনাইজেছন গঢ়ি তোলে ৷চালেহে  টুইটযোগে প্ৰকাশ কৰে যে "সেইসকল লোকক তেওঁ চেলুট দিছে যিসকল লোকে ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰৰ মৰ্যাদাৰ হকে থিয় দিছে ৷"

Your Comments

Related Articles