শিৱসাগৰ, কোকৰাঝাৰ আৰু হোজাইত নতুন জিলা উপায়ুক্ত নিযুক্তি, পঢ়ি জানি লওঁক

A

নিউজ ডেস্ক :

ৰাজ্য প্ৰশাসনত সাল-সলনি।তিনি জিলাত নতুন উপায়ুক্ত নিযুক্তি।
শিৱসাগৰ, কোকৰাঝাৰ, হোজাই জিলাত বুধবাৰে নতুন উপায়ুক্ত নিযুক্তি।

কোকৰাঝাৰ জিলা উপায়ুক্ত মেঘা নিধি দাহালক শিৱসাগৰৰ উপায়ুক্ত হিচাপে  নিযুক্তি প্ৰদান কৰে।

এচিএছ অনুপম চৌধুৰীক হোজাই জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰে।

আই.এ.এছ বৰ্ণালী ডেকাক কোকৰাঝাৰ জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰে।

আনহাতে ,মুখ্যমন্ত্ৰীৰ সচিব ঘনশ্যাম দাসক সমাজক কল্যান বিভাগৰ সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

Your Comments