শ্বিলংত সান্ধ্য আইন, বন্ধ ইণ্টাৰনেট সেৱা

A

নিউজ ডেস্ক :

মেঘালয়ৰ পূৰ্বৰ খাচী পাহাৰ জিলাত আইন শৃংখলাৰ দ্ৰুত অৱনতি।সমগ্ৰ জিলাখনত জাৰি কৰা হৈছে সান্ধ্য আইন।নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰিছে সান্ধ্য আইন ।দেওবাৰৰ পৰা মঙলবাৰলৈ বাহাল থাকিব নিৰ্দেশনা।

উল্লেখ্য যে সমগ্ৰ শ্বিলং চহৰত বহু কেইটা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ পাছতে জাৰি কৰা হৈছে এই নিৰ্দেশনা।

আনহাতে দেওবাৰে বিয়লি ৬বজা পৰা জিলাখনত ইণ্টাৰনেট বন্ধ থাকিব।

শ্বিলং প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰাৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যবাসীক শ্বিলং ভ্ৰমণ নকৰিবলৈ সতৰ্ক কৰি দিছে।B

Your Comments

Related Articles