গুৱাহাটী প্ৰেছ ক্লাবত ৭৫সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন

A

নিউজ ডেস্ক:


প্ৰত্যেক বৰ্ষৰ দৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত এইবাৰো উদযাপন কৰা হয় দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস। ক'ৰনা বিধি অনুসৰি প্ৰেছ ক্লাব কৰ্তৃপক্ষই উত্তোলন কৰে জাতীয় পতাকা।পতাকা উত্তোলন কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথে।

উপস্থিত থাকে সাধাৰণ সম্পাদক সঞ্জয় ৰায়ৰ  লগতে বহুকেইগৰাকী সাংবাদিক।

Your Comments