আলফা(স্বা)ৰ যুদ্ধ বিৰতিৰ বিষয়ে কি ক'লে মুখ্যমন্ত্ৰীয়ে, পঢ়ক

A

নিউজ ডেস্ক: 

স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত সংযুক্ত মুক্তি বাহিনী অসমে ম্যাদ বৃদ্ধি কৰিছে যুদ্ধ বিৰতিৰ।তিনিমাহৰ  বাবে ম্যাদ বৃদ্ধি কৰিছে একপক্ষ যুদ্ধ বিৰতিৰ।

আনহাতে, সশস্ত্ৰ সংগঠনটোৰ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই- আলফা(স্বা) ৰ সিদ্ধান্ত গঠনমূলক-আদৰণীয়।ক'ৰনা পৰিস্থিতিত আলফা(স্বা)ৰ সিদ্ধান্ত প্ৰশংসনীয়।

উল্লেখ্য যে পূৰ্বৰ স্বাধীনতা দিৱসত প্ৰচলিত বন্ধ ঘোষণা এইবাৰ সংগঠনটোৱে প্ৰত্যাহাৰ কৰিছে।

'আলফা(স্বাধীনৰ) যুদ্ধ বিৰতি স্থায়ী হওক।সেনাধক্ষ্য পৰেশ বৰুৱাৰ নেতৃত্বত স-সন্মানেৰে সৈতে মূল সুঁতিলৈ ঘূৰি আহক'- মুখ্যমন্ত্ৰীয়ে কয়।

Your Comments

Related Articles