অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোঁহাইক ৰাজ্যপালৰ সম্বৰ্ধনা

A

নিউজ ডেস্ক:

টকিঅ' অলিম্পিকৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাইক ৰাজভৱনত সম্বৰ্ধনা।ৰাজ্যপাল জগদীশ মুখীয়ে সম্বৰ্ধনা জনায় বক্সাৰ গৰাকীক।

উল্লেখ্য যে শংকৰদেৱ কলাক্ষেত্রত ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা গ্ৰহণৰ পাছতে ৰাজভৱনত ৰাজ্যপালৰ সম্বৰ্ধনা গ্ৰহণ কৰে লাভলীনাই।অলিম্পিক বিজয়ী অসম কন্যা গৰাকীৰ  সৈতে ৰাজভৱনলৈ যায় সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন।

গোলাঘাটৰ বক্সাৰ গৰাকীয়ে দেশৰ নাম বিশ্বৰ বুকুত উজ্বলাই টকিঅ’ অলিম্পিকত লাভ কৰিছিল ব্ৰঞ্জৰ পদক।

Your Comments