দিল্লীৰ অসম ভৱনত ৰাজ্যৰ সকলো সাংসদৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কি! পঢ়ক

A

নিউজ ডেস্ক:

 

অসমৰ সকলো সাংসদৰে সৈতে দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।উচ্চ আৰু নিম্ন সদনৰ সাংসদ সকলৰ সৈতে বুধবাৰে মুখ্যমন্ত্ৰীক দেখা গ’ল একেলগে।দিল্লী অসম ভৱনত সকলো সাংসদৰে অনানুষ্ঠানিক নৈশ ভোজত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী। 

উল্লেখ্য যে  শেহতীয়া অসম-মিজোৰাম সীমা বিবাদ আৰু ক’ভিড ভেকচিন অগ্ৰগতি সম্পৰ্কে সাংসদ সকলক অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

নৈশ ভোজত বিজেপিৰ সাংসদৰ উপৰিও কংগ্ৰেছ সাংসদ ৰিপুন বৰা, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈৰB উপৰিও ৰাজ্যসভা সাংসদ অজিত কুমাৰ ভূঞা উপস্থিত থাকে।

Your Comments