টকিঅ' অলিম্পিকত ভাৰতৰ পঞ্চমটো পদক লাভ

A8

নিউজ ডেস্ক:

টকিঅ' অলিম্পিকত ভাৰতৰ পঞ্চমটো পদক লাভ।মল্লযুঁজৰ ৫৭ কেজি শাখাত ভাৰতে জয় কৰে ৰূপৰ পদক।

ভাৰতৰ মল্লযুঁজাৰু ৰবি কুমাৰ দাহিয়াই অর্জন কৰিলে ৰূপৰ পদক।পুৰুষৰ  ৫৭ কেজি শাখাত ফাইনেলত ৰাছিয়া প্ৰতিদ্বন্দীৰ হাতত পৰাস্ত ভাৰতীয় খেলুৱৈ গৰাকী।ৰাছিয়াৰ প্ৰতিদ্বন্দীৰ হাতত ৭-৪ ব্যৱধানত ফাইনেলত পৰাস্ত হয় দাহিয়া।

Your Comments