টকিঅ' অলিম্পিকৰ সুখবৰ: ডিছকাছ থ্র' ফাইনেলত ভাৰতৰ কমলপ্ৰীত কৌৰ

A

নিউজ ডেস্ক : 
টকিঅ' অলিম্পিকত আন এক ভাল খবৰ।মহিলা ডিছকাছ থ্র'ত দুৰ্দান্ত প্ৰদৰ্শন কমলপ্ৰীত কৌৰৰ।

ডিছকাছ থ্র'ত ভাৰতীয় খেলুৱৈ গৰাকী প্ৰৱেশ কৰিছে ফাইনেলত। দ্বিতীয় স্থান দখলেৰে ফাইনেলত প্ৰৱেশ কৌৰৰ।

উল্লেখ্য যে  ভাৰতীয় খেলুৱৈ গৰাকীয়ে  ৬৪ মিটাৰ ডিছকাছ মাৰি দ্বিতীয় স্থানৰ বিপৰীতে ৬৬.৪২ মিটাৰে প্ৰথম স্থানত আছে আমেৰিকাৰ খেলুৱৈ।

Your Comments