টকিঅ'ত উজ্বলিছে ভাৰতৰ মহিলা খেলুৱৈ: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা হকী দলৰ

Hocky

দেশবাসীৰ বাবে ভাল খবৰ। টকিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা হকী দলে। দক্ষিণ আফ্ৰিকাক ৪-৩ ব্যৱধানত পৰাস্ত কৰিছে ভাৰতীয় দলটোৱে।

উল্লেখ যোগ্য যে ভাৰতীয় মহিলা দলটোৰ খেলুৱৈ বন্দনাই হেট্ৰিক অর্জন কৰে খেলখনত। অলিম্পিকত হেট্ৰিক গ’ল কৰা ভাৰতৰ প্ৰথম গৰাকী খেলুৱৈ বন্দনা।

লক্ষণীয় বিষয় যে, টকিঅ’ অলিম্পিকত উজ্বলি উঠিছে ভাৰতীয় মহিলা খেলুৱৈ।

Your Comments