ৰাজ্যৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত উৰ্ত্তীণৰ হাৰ ৯৮.৯৩ শতাংশ

HS exam

অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা।বিশেষ মূল্যাংকন পদ্ধতিৰে ঘোষণা হৈছে ফলাফল।কলা শাখাত উৰ্ত্তীণৰ হাৰে ভংগ কৰিলে সৰ্বকালৰ অভিলেখ।

Result

কলা শাখাত উৰ্ত্তীণৰ হাৰ ৯৮.৯৩ শতাংশ। অৱতীৰ্ণ হৈছিল ১লাখ ৯১হাজাৰ ৮৫৫ গৰাকী শিক্ষাৰ্থী। উৰ্ত্তীণ হৈছে ১লাখ ৮৯ হাজাৰ ৭৯৩গৰাকী।

প্ৰথম বিভাগত ৫৮২৫৫জন,দ্বিতীয় বিভাগত ৮৯৫২০জন আৰু তৃতীয় বিভাগত ৪২০২৯জন উৰ্ত্তীণ হৈছে।

উল্লেখ্য ২০২০বৰ্ষত উৰ্ত্তীণ হৈছিল ৭৮.২৮ শতাংশ।

Your Comments