দুখবৰ:প্ৰি-কোৱাৰ্টাৰত পৰাস্ত বক্সাৰ মেৰিকম

A

নিউজ ডেস্ক :
দেশবাসীৰ বাবে দুখবৰ।টকিঅ' অলিম্পিকত পদক লাভৰ পৰা বঞ্চিত এম.চি মেৰিকম।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰি- কোৱাৰ্টাৰত পৰাস্ত মণিপুৰৰ বক্সাৰ গৰাকী।

২-৩ব্যৱধানত ইঙ্গিত ভেলেঞ্চিয়াৰ হাতত পৰাস্ত অলিম্পিক বিজয়ী ভাৰতীয় মহিলা বক্সাৰ গৰাকী।

Your Comments