টকিঅ' অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক জয় কৰে মণিপুৰী কন্যা মীৰাবাই চানোই

A

নিউজ ডেস্ক :
টকিঅ' অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক।ভাৰোত্তোলনত ৰূপৰ পদক জয় কৰে মণিপুৰৰ কন্যা মিৰাবাই চানোই।মহিলা ৪৯কেজি শাখাত লাভ কৰিছে পদক।

উল্লেখ্য  যে কৰ্ণম মলেশ্বৰীৰ পিছত অলিম্পিকৰ ভাৰোত্তোলনত পদক লাভ কৰা মীৰাবাই প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলিট।

Your Comments