প্ৰথম খেলত ৱাক অভাৰ: প্ৰি-কোৱাৰ্টাৰলৈ অসম কন্যা লাভলীনা

A

নিউজ ডেস্ক :

টকিঅ' অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে আহিছে ভাল খবৰ।অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহায়ে প্ৰথম খেলত পালে ৱাক অভাৰ।লাভলীনাৰ প্ৰতিপক্ষই নেখেলাৰ সিদ্ধান্ত লোৱাৰ লগে লগে প্ৰথম খেলত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বক্সাৰ গৰাকী।উল্লেখ্য  যে ২৪ জুলাইত আছিল লাভলীনাৰ প্ৰথম মেচ।

আনহাতে, লাভলীনাই ২৭ জুলাইত প্ৰি-কোৱাৰ্টাৰত জাৰ্মানীৰ খেলুৱৈৰ বিৰুদ্ধে নামিব।

উল্লেখ্য  যে মহিলা ৬৯কেজি শাখাত  দেশক প্ৰতিনিধিত্ব লাভলীনা।

গুৰুত্বপূৰ্ণ কথা শুকুৰবাৰৰ পৰা আৰম্ভণি হ'ব টকিঅ' অলিম্পিক।

Your Comments