১৭জুলাত টকি'অলৈ উৰা মাৰিব অসম কন্যা লাভলীনা বৰগোঁহাই

A

নিউজ ডেস্ক :

ক'ৰনা আতংকৰ মাজতে অহা ২৩ জুলাইৰপৰা অনুষ্ঠিত হ'ব টকি'অ অলিম্পিক।টকি'অ অলিম্পিকৰ মহিলা ৬৯ কেজি শাখা বক্সিংত দেশক প্ৰতিনিধিত্ব কৰিব অসম কন্যা লাভলীনা বৰগোঁহায়ে।

টকি'অ অলিম্পিকত অংশগ্ৰহণৰ বাবে ১৭জুলাইত উৰা মাৰিব অসম কন্যাগৰাকী।গোলাঘাট ধনশিৰীৰ জীয়ৰী লাভলীনাক লৈ আশাবাদী সমগ্ৰ দেশৰ লগতে অসমবাসী ।

অলিম্পিক যাত্ৰাৰ পূৰ্বে লাভলীনাক বিভিন্নজনে জনাইছে শুভেচ্ছা।

ভাল খবৰ যে ৬৯কেজি শাখাত লাভলীনা বিশ্ব ৰেংকিঙত তৃতীয় স্থানত আছে।

Your Comments