মনজিৎ মহন্ত-মেহদী আলম বৰাৰ কংগ্ৰেছত যোগদান

A

নিউজ ডেস্ক :

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চা ত্যাগ কাৰ্যকৰী সভাপতি মনজিৎ মহন্ত আৰু উপ-সভাপতি মেহদী আলম বৰা।আঞ্চলিক গণ মৰ্চা ত্যাগ কৰি দুয়োজনে যোগ দিয়ে কংগ্ৰেছ দলত।

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা, আৰ পি শৰ্মা, মীৰা বৰঠাকুৰ, ববিতা শৰ্মাৰ উপস্থিতিত আঞ্চলিকতাবাদক বিশ্বাসী নেতা দুগৰাকীয়ে যোগদান কৰে কংগ্ৰেছত।

Your Comments