দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী আনুষ্ঠানিক দায়িত্ব গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

A

নিউজ ডেস্ক :

দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীত আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বভাৰ ।জ্যোতিষীৰ দিহা-পৰামৰ্শ অনুসৰি কেন্দ্ৰীয়মন্ত্ৰী আসনত বহে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, মোডী কেবিনেটত বন্দৰ জল পৰিবহন, জাহাজ আৰু আয়ুষ দপ্তৰ মন্ত্ৰীৰূপে দায়িত্বভাৰ  গ্ৰহণ কৰে।

যোৱা বুধবাৰে মোডী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল সোনোৱালে।

Your Comments