প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ডঃ জুৰি শৰ্মা বৰদলৈৰ বিজেপিত যোগদান

A

নিউজ ডেস্ক: 

সদ্য পদত্যাগী কংগ্ৰেছ নেত্ৰী ডঃ জুৰি শৰ্মা বৰদলৈৰ বিজেপিত যোগদান।হেঙেৰাবাৰী ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰে।উল্লেখ্য  যে, মহিলা নেত্ৰী গৰাকীয়ে কিছুদিনৰ পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰিছিল।

উল্লেখ্য যে ডঃ বৰদলৈ গুৱাহাটী জিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আছিল  ।

ইফালে মহিলা নেত্ৰী গৰাকীৰ সৈতে বিজেপিত যোগদান কৰে গুৱাহাটী জিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক নৱ কুমাৰ ডেকা, মানৱ জ্যোতি চৌধুৰীসহ বহু সংখ্যক গুৱাহাটী জিলা কংগ্ৰেছৰ বিষয়-ববীয়াই।

যোগদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকা।

Your Comments