ৰঙালী বিহুৰ প্ৰাক্‌ ক্ষণত অসমবাসীলৈ আলফা(স্বা)-এ জনালে বিশেষ আহ্বান, সবিশেষ জানি লওক

ULFA

অসমীয়াৰ হেঁপাহৰ বাপতিসাহোন ৰঙালী বিহু উদ্‌যাপনত আলফা(স্বা)ৰ থলগিৰী অসমীয়ালৈ বিশেষ আহ্বান।বিশ্ব স্বাস্থ্য সংস্থাই প্ৰচাৰ কৰা স্বাস্থ্য বিধি আখৰে-আখৰে পালন কৰি আই অসমীৰ আকাশ-বতাহ ক'ৰ’না মুক্ত হোৱাত সহায় কৰিবলৈ আহ্বান জনাইছে আলফাই ।

লগতে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে আলফা(স্বা) এ।

Your Comments