আজি শিক্ষক দিৱস ।

সমগ্র দেশৰ লগতে সোণাৰিৰ বেঙেনাবাৰীত প্ৰাক্তন ছাত্র-ছাত্ৰীসকলে এক ব্যতিক্ৰমী প্ৰচেষ্টাত শিক্ষক দিৱস উদ্যাপন কৰে ।

ছাত্র-ছাত্ৰীসকলে সোণাৰি আৰু বেঙেনাবাৰীৰ বিভিন্ন অঞ্চলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক পথতে এখন গামোচা আৰু এটি গছপুলিৰে সম্বৰ্ধনা জনায় ।

অন্যহাতে, বেঙেনাবাৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰাক্তন শিক্ষকসকলৰ ঘৰলৈ গৈও তেওঁলোকক সম্বৰ্ধনা জনায় ।
- Log in to post comments
- 134 views
