পি কে দত্ত আৰু দ্বিবন ডেকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Diban Deka

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ অন্যতম মূল অভিযুক্ত প্ৰাক্তন অসম আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ।১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে প্ৰাক্তন ডিআইজিগৰাকীক।উল্লেখ যে ভাৰত-নেপাল সীমান্তৰ গ্ৰেপ্তাৰৰ পিছত ৬ দিনৰ চিআইডি জিম্মাত আছিল দত্ত।

ইফালে অন্য এগৰাকী অভিযুক্ত বিজেপি নেতা দ্বিবন ডেকাকো ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।

Your Comments