অসম আৰক্ষীৰ এছআই কেলেংকাৰীৰ খলনায়ক ৰুবুল হাজৰিকাৰ আত্মসমৰ্পণ

Culprit

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৯ অক্টোবৰ:

অসম আৰক্ষীৰ এছআই কেলেংকাৰীৰ অন্য এটা খলনায়কৰ আত্মসমৰ্পণ অসম আৰক্ষীৰ ওচৰত।ৰুবুল হাজৰিকা নামৰ এজন ব্যক্তিক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয়।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নেতৃত্বত উক্ত লোকজনৰ মাৰাথন জেৰা চলে নলবাৰী আৰক্ষী চাউনীত ৷ জেৰাৰ অন্তত ধৃত ৰুবুল হাজৰিকাক লৈ জি পি সিঙৰ নেতৃত্বত এটা বিশাল আৰক্ষী দল গুৱাহাটী অভিমুখে ৰাওনা হয়।উল্লেখযোগ্য এই এছআই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিপূৰ্বে নলবাৰীৰ কুলদ্বীপ ৰাজবংশী, নিতুল বর্মনকে ধৰি আন তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।

Your Comments