শুকুৰবাৰৰ পৰা দেশত বলৱৎ হ'ল জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'।ৰাজপত্ৰিত জাননী জাৰি কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিলে এই কথা।এনেদৰে,'কা'ৰ বিৰুদ্ধে বৰ্তমান ৰাজ্যত অব্যাহত থকা সংগ্রামক গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰে।
ইফালে,এই কথা ঘোষণাৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাই উল্লেখ কৰিছে-"অসমীয়া খিলঞ্জীয়া ৰাইজে 'কা' নামানে, নামানে,নামানে।আন্দোলন তীব্রতৰ কৰাৰো হুংকাৰ প্ৰদান কৰিছে।"
- Log in to post comments
- 46 views