নিউজ ডেস্ক December 11 / 2019 গুৱাহাটীত 'কেব' বিৰোধী ব্যাপক ছাত্ৰ বিক্ষোভ।সচিবালয়ৰ সন্মুখত সমবেত হৈছে হাজাৰ-হাজাৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী।প্ৰতিবাদী বিদ্যাৰ্থীৰ ওপৰত লাঠীচালনা কৰিছে আৰক্ষীয়ে। Log in to post comments7 views