জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৌন স্থিতি অৱলম্বন কৰা অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য সন্ধানহীন! সন্ধানহীন হোৱা অসমৰ আঞ্চলিকতাবাদী নেতাগৰাকীক বিচাৰি মহানগৰীত কটনিয়ানৰ
পোষ্টাৰিং।ৰাজ্যসভাৰ সাংসদগৰাকীক বিচাৰি পোষ্টাৰিং মহানগৰীৰ বিভিন্ন স্থানত।
পোষ্টাৰত উল্লেখ আছে 'সন্ধানহীন ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।কোনো সদাশয় ব্যক্তিয়ে এই লোকজনৰ সন্ধান পালে কটনৰ ছাত্ৰ সমাজেৰে যোগাযোগ কৰিব।'
- Log in to post comments
- 14 views