নিউজ ডেস্ক:
আজি প্ৰকাশ পোৱা চূড়ান্ত 'এনআৰচি'ক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অঞ্চলিকতাবাদী দল অসম গণ পৰিষদেও। আনহাতে, গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আছাম পাব্লিক ৱৰ্কছেও। ইফালে, বিজেপি মন্ত্ৰী পীয়ুষ হাজৰিকাই চূড়ান্ত এনআৰচিখনক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে যে এনআৰচি মৃত্যুৰ দলিল। অসমীয়া জাতি মৃত্যুৰ দিশলৈ আগবাঢ়িছে। চাহ-মিঠাই খোৱাৰ সময় নহয় এতিয়া।
- Log in to post comments
- 21 views