নাটক পৰিচালনাৰ ক্ষেত্ৰত ভৰি দিব ছুপাৰষ্টাৰ আমিৰ খানৰ জীয়াৰী ইৰা খানে

ira

ছুপাৰষ্টাৰ আমিৰ খানৰ জীয়াৰী ইৰা খান তেওঁৰ প্ৰতিভাৰ বাবে সম্প্ৰতি যথেষ্ট চর্চালৈ আহিছে।ইৰাই অতি শীঘ্ৰে পৰিচালনাৰ ক্ষেত্ৰত ভৰি দিব,পৰিচালনা কৰিব এখন নাটক।ইৰাই পৰিচালনা কৰিব লগীয়া নাটকখন গ্ৰীক ট্ৰেজেডিৰ ওপৰত আধাৰিত 'Euripides Medea'।


শীঘ্ৰে আখৰা আৰম্ভ হ'বলগীয়া নাটকখনৰ প্ৰদৰ্শন অহা ডিচেম্বৰ মাহত আৰম্ভ কৰা হ'ব।নাটকখন দেশৰ কিছু নিৰ্বাচিত চহৰত মঞ্চস্থ কৰা হ'ব।

Your Comments