বক্স অফিচত অক্ষয় কুমাৰৰ 'মিছন মংগল' হিট

mangal

বক্স অফিচত অক্ষয় কুমাৰ অভিনীত 'মিছন মংগল'-এ ভাল ব্যৱসায় কৰিছে।ছবিখন হিট হিচাপে চিহ্নিত হৈছে।মুক্তিৰ ষষ্ঠ দিনটোত ছবিখনে ১১৪.৩৯ কোটি টকা উপাৰ্জন কৰিছে।ছবিখনে অহা সপ্তাহত অক্ষয় কুমাৰৰে ছবি 'কেশৰী'ৰ 'লাইফটাইম' উপাৰ্জন অতিক্ৰম কৰাটো খাটাং।

Your Comments