ৰঙিয়াৰ খন্দিকৰত বোমা উদ্ধাৰ ! সেনা-আৰক্ষীৰ লোকক আবদ্ধ কৰি প্ৰতিবাদ স্থানীয় ৰাইজৰ

khundikar

ৰঙিয়াৰ প্রতিবেদক :

ৰঙিয়া চহৰৰ সমীপৱৰ্তী খন্দিকৰত এজন লোকৰ ঘৰত এটা বোমা উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোতে এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। খন্দিকৰৰ তাৰিফুল আলী নামৰ লোক এজনৰ ঘৰত সেনা আৰু আৰক্ষীয়ে  উদ্ধাৰ কৰে এই বোমাটো।khundikar

 ইফালে স্থানীয় ৰাইজে উক্ত ঘটনাক সেনা বাহিনীৰ নাটক আখ্যা দিযাৰ লগতে স্থানীয় সহস্ৰাধিক লোকে ৰাজপথত বহি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি বাতৰি লিখাৰ সময়লৈকে সেনা আৰক্ষীৰ লোক সকলকো এক প্ৰকাৰ আবদ্ধ কৰি ৰাখিছে।

Your Comments