গোলাঘাটত চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱস পালন

crpf1

গোলাঘাটৰ প্ৰতিবেদক

শনিবাৰে গোলাঘাটৰ পুলিবৰ অঞ্চলত অৱস্থিত চিআৰপিএফে ১৪২ নং শিবিৰত পালন কৰে অৰ্ধসামৰিক বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনৰ ১২ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত গোলাঘাটৰ সাংবাদিকসকলেৰে এক মত বিনিময়ৰ কাৰ্যসূচীও অনুষ্ঠিত হ'য়।

Your Comments