নগাঁৱৰ পৰা জোনটি মাগৰ বৰদলৈৰ প্রতিবেদন :
নগাঁও ডাকৰ ঘাট গাওঁ পঞ্চায়তত বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত আজি এল ই ডি বাল্ব বিতৰণ কৰা হয় । মূখ্যমন্ত্ৰী আকাশদ্বীপ যোজনাৰ (MMADY) অধীনত গাৱৰ ৰাইজৰ মাজত প্ৰদান কৰা হয় এই বাল্ব সমূহ। প্ৰতিখন ঘৰতে ৪টাকৈ এল ই ডি বাল্ব বিতৰণ কৰা এই অনুষ্ঠানত উপস্থিত থাকি বাল্ব সমূহ বিতৰণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
- Log in to post comments
- 18 views