বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
বজালী মহকুমাৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতি অধিক ভয়ানকভাবে অৱনতি ঘটিছে।যোৱাকালি গধূলি বিদেশী ৰাষ্ট্ৰ ভূটানে পানী এৰি দিয়াৰ লগে লগে নামনি অসমৰ বহুকেইখন ঠাই এতিয়া পানীৰ তলত বুৰ গৈ আছে অাৰু লগতে ভূটানে পানী এৰি দিয়াৰ লগে লগে পাঠশালা অসামৰিক চিকিৎসালয়ৰ লগতে বজালী মহকুমাৰ পাঠশালা , নিত্যানন্দ , মূগুৰীয়া , ৰিহাবাৰী , অকয়া অাদি ন ন অঞ্চললৈ বান প্লাবিত হৈছে । ইতিমধ্যে কেইবাটাও গড়কাপ্তানী পথৰ ওপৰেৰে ভূটানৰ পানী বাগৰি যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে বান পীড়িত ৰাইজে চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।
- Log in to post comments
- 14 views