দলগাঁৱত পুখুৰীৰ পৰা যুৱকৰ মৃতদেহ উদ্ধাৰ

dalgoun

দলগাঁৱৰ প্ৰতিবেদক

দৰঙৰ দলগাঁৱৰ বাগিছাকাষ গাঁৱত পুখুৰীৰ পৰা যুৱকৰ মৃতদেহ উদ্ধাৰ ।পুখুৰীটোত বনৰীয়া হাঁহ স্বীকাৰ কৰিবলৈ গৈ বন্ধুৰ সৈতে নামিছিল যুৱকজন | যুৱকজন বাগিছাকাষ গাঁৱৰ জাকিৰ হুছেইন (৩১) বুলি চিনাক্ত হৈছে দুটি সন্তানৰ পিতৃ জাকিৰ হুছেইনৰ মৃত্যুৰ বাতৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে

Your Comments