ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল খানাপাৰা

tet

ঠিকাভিত্তিক শিক্ষকসকলৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। হাতে হাতে প্লেকাৰ্ড লৈ খানাপাৰা খেলপথাৰলৈ ওলাই আহে হাজাৰ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষক।

 
নিৰ্বাচনী ইস্তাহাৰত লিখা প্ৰতিশ্ৰুতি পূৰণ কৰক, শিক্ষকক লৈ ৰাজনীতি নকৰিব,আমাক বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰক, শিক্ষামন্ত্ৰীয়ে শিক্ষকক অপমান কৰা বন্ধ কৰক, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগানেৰে শনিবাৰে উত্তাল কৰি তুলিলে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ।

Your Comments