ভাৰতে হেঁচাপূৰ্ণ পৰিস্থিতিত উইকেট নেহেৰুৱাই,কিন্তু পাকিস্তানে হেৰুৱাই-শচীন তেণ্ডুলকাৰ

sachin

ভাৰত-পাকিস্তানৰ ক্ৰিকেট 'মহাৰণ'ৰ পূৰ্বে কিম্বদন্তী বেটছমেন শচীন তেণ্ডুলকাৰে উল্লেখ কৰিছে দুয়োটা দলৰ মাজত থকা এটা প্ৰধান পার্থক্যৰ বিষয়ে।


শচীনে কয় ভাৰতীয় দলে হেঁচাৰ সময়ত উইকেট নেহেৰুৱাই।কিন্তু পাকিস্তানে হেঁচাৰ সময়ত উইকেট হেৰুৱাই।শচীনে উদাহৰণ হিচাপে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাকিস্তানৰ খেলখনৰ কথা উনুকিয়াই।

Your Comments