ইংলেণ্ডৰ বিশ্বকাপ কিয় ভাৰতলৈ স্থানান্তৰ কৰিবলৈ ক'লে অমিতাভ বচ্চনে?

amit

ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট এইবাৰ বৰ্ষাবিঘ্নিত।ভাৰত আৰু নিউজীলেণ্ডৰ খেলখনো বৰষুণৰ বাবে বাতিল কৰা হ'ল।ইয়াৰ পিছতে এজন ক্ৰিকেটপ্ৰেমী হিচাপে খ্যাত মেগাষ্টাৰ অমিতাভ বচ্চনে টুইট কৰিলে-'বিশ্বকাপ ভাৰতলৈ স্থানান্তৰ কৰক।আমাক বৰষুণ লাগে।'

twit
'দেশৰ গ্ৰীস্ম প্ৰৱাহৰ দিশলৈ লক্ষ্য ৰাখি অমিতাভে এইদৰে টুইট কৰে।ৰাজেশ আগৰৱাল নামৰ এজন ব্যক্তিৰ টুইট এটাক ৰিটুইট কৰে মহাতাৰকাজনে।বচ্চনৰ টুইটটো প্ৰত্যক্ষ কৰি ছ'চিয়েল মিডিয়াত বহু লোকে অভিনেতাজনৰ হাস্যৰসৰ ভাৱনাৰ শলাগ লৈছে।

Your Comments