ভাৰত-নিউজীলেণ্ডৰ বিশ্বকাপৰ মেছলৈ বৰষুণৰ ভাবুকি

trent

ভাৰত-নিউজীলেণ্ডৰ বিশ্বকাপৰ মেছলৈ বৰষুণৰ ভাবুকি।ট্ৰেন্টব্ৰীজত বৰষুণ হৈ থকাৰ বাবে খেল আৰম্ভ হোৱাত পলম হৈছে।উল্লেখ্য যে বৰ্তমানলৈ বিশ্বকাপ ক্ৰিকেটত দুয়োটা দল অপৰাজিত হৈ আছে।

Your Comments