পাকিস্তানৰ প্ৰদৰ্শনক লৈ নিৰাশ অধিনায়ক ছৰফৰাজ আহমেদ

cap

ভাৰতৰ বিৰুদ্ধে বিশেষ গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদ দলৰ খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ নিৰাশ।অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাকিস্তানৰ প্ৰদৰ্শন আছিল নিৰাশাজনক।খেলখনত পাকিস্তানী খেলুৱৈসকলে তিনিটা কেচ পেলাইছিল,যি পাকিস্তানৰ পৰাজয়ত যথেষ্ট অৰিহণা আগবঢ়াইছিল।


ইফালে,ভাৰতীয় দলক এটা শক্তিশালী দল বুলি স্বীকাৰ কৰে ছৰফৰাজে।ভাৰতৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাৰ পূৰ্বে পাকিস্তানী দলে নিজৰ দুৰ্বলতাসমূহ দূৰ কৰিব লাগিব বুলি কয় তেওঁ।

Your Comments