উগ্ৰতাৰা দেৱালয়ত মাৰ আশীষ ললে প্ৰাৰ্থী ববিতা শৰ্মাই

babita sarma

#ভোটগণনা কেন্দ্ৰলৈ যোৱাৰ পূৰ্বে উগ্ৰতাৰা দেৱালয়ত মাৰ-আশীষ ললে গুৱাহাটীৰ লোকসভাৰ কংগ্ৰেছৰ  দলৰ প্ৰাৰ্থী ববিতা শৰ্মাই।
#বহু সময় ধৰি উগ্ৰতাৰাত সেৱা আগবঢ়াই প্ৰাৰ্থী গৰাকীয়ে। 
#সেৱা আগবঢ়াই প্ৰাৰ্থী গৰাকীৰ বিশ্বাস তেওঁ ভাল ফলাফল লাভ কৰিব।
#ইয়াৰ উপৰিও নিৰ্বাচনৰ সময়ত গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ ৰাইজৰ পৰা তেওঁ সঁহাৰি পোৱা বুলিও জানিব দিয়ে।
#তাৰ পাছতে তেওঁ ৰাওনা হয় ভোটগণনা কেন্দ্ৰলৈ ।

Your Comments