আৰজি বৰুৱা পথৰ চেন্ট্ৰেল মলৰ সন্মুখত গ্ৰেনেড বিস্ফোৰণত  ১১ জন আহত

bomb

নিউজ ডেস্ক:
বুধবাৰে গধূলি প্ৰায় ৭-৪০ বজাত গুৱাহাটীৰ ৰাধাগোৱিন্দ বৰুৱা পথৰ চেন্ট্ৰেল মলৰ সন্মুখত এটা গ্ৰেনেড বিস্ফোৰণত ১১ জন লোক আহত হয়।মটৰ চাইকেলত আহি গ্ৰেনেড দলিয়াই যায় দুস্কৃতিকাৰীয়ে।গোলাঘাটৰ ফাৰদিন ৰহমান নামৰ ২১ বছৰীয়া যুৱকজন গুৰুতৰভাৱে আহত হয়।দুজন এছএছবি জোৱানো আহত হয়। bamb2

আহতসকলক জিএমচিএইছ,নেমকেয়াৰ হাস্পতাল,কেজিএমটি হাস্পতালত চিকিৎসাধীন কৰোৱা হৈছে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিস্ফোৰণৰ তীব্ৰ গৰিহণা দিছে।দুস্কৃতিকাৰীক আটক কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

Your Comments