![chandrapur](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-09%20at%209.59.11%20AM.jpeg?itok=J_PsY91K)
নিউজ ডেস্ক :
প্ৰাত: ভ্ৰমণলৈ গৈ মহানগৰীত মৃত্যুক আঁকোৱালি ললে বিষ্ণু চৌধুৰী নামৰ এজন লোকে। চন্দ্ৰপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই লোক জনে। প্ৰাপ্ত খবৰ অনুসৰি ২নং চন্দ্ৰপুৰৰ বিষ্ণু চৌধুৰী নামৰ ব্যক্তি গৰাকীয়ে আন দিনৰ দৰে আজিও প্ৰাত: ভ্ৰমণৰ বাবে ওলাই আহিছিল ঘৰৰ পৰা। তেনেতে চন্দ্ৰপুৰ হাইস্কুল তিনিআলিত এখন তীব্ৰবেগী বলেৰ' পিকআপ ভানে খুন্দিয়াই বহু দূৰ মহতিয়াই নিয়াত মৃত্যু হয় লোকজনৰ।
- Log in to post comments
- 11 views