ৰাজ্যত চিনাক্ত ৯১,৬০৯ জন বিদেশীৰ ৭২,৪৮৬ জনেই পলাতক

detention camp

নিউজ ডেস্ক:

ৰাজ্যত পলাতক হৈ থকা বিদেশীৰ সন্ধান উলিয়াবলৈ অসম আৰক্ষীয়ে ব্যাপক অভিযান চলাব।বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছত পলাতক হৈ পৰা লোকসকলক বিচাৰি উলিয়াবৰ বাবে তীব্র অভিযান চলাবলৈ নিৰ্দেশ দিছে গৃহ বিভাগে।


উল্লেখ্য যে ১৯৮৫ চনৰ পৰা ২০১৮ চনৰ ৩১ মার্চলৈকে চিনাক্ত হোৱা ৯১,৬০৯ জন বিদেশীৰ ভিতৰত ৭২,৪৮৬ জনেই পলাতক অৱস্থাত আছে।

Your Comments