কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা
ৰাজ্যত অব্যাহত আছে চুপাৰি চিণ্ডিকেট ৷নিশা হ'লেই ৰাষ্ট্ৰীয় ঘাইপথৰে অবৈধভাৱে বহি:ৰাজ্যলৈ ট্ৰাকে ট্ৰাকে সৰবৰাহ হয় চুপাৰিসমূহ ৷ইয়াৰ বাবে ৰাজ্য চৰকাৰে হেৰুৱাইছে কোটি টকাৰ ৰাজহ ৷ এই চিণ্ডিকেটক নাকি লগোৱাত ব্যৰ্থ হৈছে সোণোৱাল চৰকাৰ ৷
ডিমাপুৰৰ পৰা অনা চুপাৰি ট্ৰাকসমূহ ৰখাই থোৱা হয় নগাঁৱৰ বিভিন্ন স্থানত ৷খবৰ দিয়াৰ পিছতো উপস্থিত হোৱা নাই ৰাজ্যৰ কৃষি বিপনন কেন্দ্ৰৰ লোক ৷ ট্ৰাকৰ নম্বৰ NL01G 5872,NL01N 3162,PB13AW 5935, CG15AC 4895।
- Log in to post comments
- 11 views