আজিৰে পৰা ১৮ এপ্ৰিলৰলৈকে কামৰূপ জিলাত 'ড্ৰাই ডে'

WINE

নিউজ ডেস্ক :

আজি বিয়লি ৫ বজাৰ পৰা ১৮ এপ্ৰিলৰলৈকে কামৰূপ জিলাত 'ড্ৰাই ডে' ঘোষণা কৰিছে প্ৰশাসনে। এই সময়ছোৱাত সকলো সুৰা বিপনী বন্ধ থাকিব।সুৰাৰ প্ৰচলনো বন্ধ থাকিব।দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ১৮ এপ্ৰিলত ভোটগ্ৰহণ থকাৰ বাবেই  প্ৰশাসনৰ এই পদক্ষেপ

Your Comments