আজি অসমীয়াই পালন কৰিছে 'মানুহ বিহু'

pravu doul gobinda

আজি 'মানুহ বিহু'।'সাত বিহু 'ৰ দ্বিতীয় দিন আজি মানুহ বিহু পালন কৰিছে অসমীয়াই ।আজি বিহু মৰাৰ পাতনি মেলিছে অসমীয়া ডেকাই।মূৰত বিহুৱান লৈ হুঁচৰি মাৰিছে।মানুহ বিহুৰ দিনা ৰাজ্যৰ বিহুতলীসমূহত জনতাৰ সমাগম হোৱা পৰিলক্ষিত হৈছে।bihu


আনহাতে, আজি পহিলা ব'হাগ।অসমীয়া নতুন বছৰৰ প্ৰথম দিনটোত মন্দিৰ-নামঘৰত সেৱা জনাই বছৰটোৰ শুভ হোৱাৰ প্ৰাৰ্থনা জনাইছে ৰাইজে।ব'হাগৰ প্ৰথম দিনটোত ৰাজ্যৰ মঠ-মন্দিৰ-নামঘৰসমূহত যথেষ্টসংখ্যক ভক্তৰ উপস্থিতি পৰিলক্ষিত হৈছে।

Your Comments